মাইন উদ্দিন: সেয়া কিজানো ২০০৭ চন মানৰ কথা সদ্য চাকৰি ত্যাগী গৰাখহনীয়া পীড়িত যুৱক এজন বৰপেটা ৰোড চহৰত ভাড়াঘৰলৈ Social Media website এটা তৈয়াৰ কৰাৰ কামত ব্যস্ত আছিল। সেই সময়ত চহৰখনত নির্দিষ্ট কেইজন মানুহৰ ঘৰতেহে কম্পিউটাৰ আছিল। কম্পিউটাৰৰ দোকান মাত্র দুখন মান আছিল যদিও ডিগ্ৰীধাৰী কোনো Hardware অভিযন্তা নাছিল বুলিয়েই কব পাৰি। নতুনকৈ পাছ কৰি অহা তৰুণ সাহা (চিন্টু) নামৰ ডেকাজনক প্ৰায়ে অফিচত মাতিব লগা হৈছিল আৰু সিয়ো আহিছিল । সেই সূত্রে কেতিয়াবা তাৰ সৰু দোকান খনত যাব লগা হৈছিল। আজি বাৰ বছৰ পাৰ হ’ল – আজিও hardware ৰ কিবা কাম হলেই চিন্টু প্রথম পছন্দ। আজিকালি তাৰ ডাঙৰ দোকান হ’ল […]
আজিৰ হেজাৰটা খবৰৰ মাজত হেৰাই যোৱা এটি খবৰ
মাইন উদ্দিন: “ভাৰতীয় মুছলমান সকলক পাকিস্তানলৈ পঠিয়াই দিয়া হওঁক” এই দাবীলৈ ভাৰতৰ সর্বোচ্চ ন্যায়লয় (Supreme Court of India) ত PIL (ৰাজহুৱা স্বার্থজড়িত আবেদন) দাখিল কৰা হ’ল। ন্যায়ালয়ে ৰায় কি দিছে সেয়া বিচার্য বিষয় নহয় কিন্তু ভাৰতৰ একাংশ মানুহৰ মানসিকতা কেনে পৰ্য্যায়ত আছে , সেয়াই লক্ষণীয়। আজিৰ তাৰিখত ভাৰতত প্রায় ২৫ কৌটি মুছলমান আছে যিটো পাকিস্তানৰ মুঠ জনসখ্যাতকৈ ও বেছি। জিন্না বিৰোধী মুছলমান সকলেই ভাৰতত ৰৈ গৈছিল,সেয়া নাগপুৰীয়া জ্ঞান ভাণ্ডাৰৰ পন্ডিত সকলে পাহৰি গলেও ইতিহাসে পাহৰা নাই। দ্বিজাতি সূত্ৰৰ উদ্ভাৱন তেখেত সকলৰ নাগপুৰীয়া মাতৃ সংগঠনে কৰিছিল। ১৯৪৭ চনত ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱাৰ কথাটো নাগপুৰীয়া জ্ঞান ভাণ্ডাৰৰ পন্ডিত সকলে খুব কয় […]
Miya, Muslim and Assamese Socio-Political History of Assam
Guwahati, Mustafa Khaddam Hussain, Main Uddin(Indilens): Bangladesh and Bangladeshi are words which became the hotbed for every politician in North East Indian State Assam in the Early 80’s. Bangladesh is a small country which officially known as ” People’s Republic of Bangladesh”. It gets independent on 26 March 1971. I have to travel on the time machine to see the geographical location of present Bangladesh as this location was an integral part of India till 1947 before the partition (India). Present days, West Bengal (Indian state), Whole Bangladesh (except Chittagong hill), part of Assam (undivided Sylhet, Goalpara) , a part […]
অৰুণাচল প্রদেশ: বিবেকৰ আহবান
একো নিলিখো বুলি কৈছিলো কিন্তু নিলিখাকৈ থাকিবই নোৱাৰিলো । যেতিয়াই কৰবাত, কোনোবা মানৱ সন্তানে লাঞ্চিত, বঞ্চিত হয়, বিবেক নামৰ বস্তুটোৱে হাহাকাৰ কৰি উঠে। অৰুণাচল প্রদেশ নেফা হোৱাৰ বহু আগৰে পৰাই নামচাই, চাংলাং আদি অসম সীমামূৰীয়া জিলা কেইখনত মৰাণ, দেউৰী, মিচিং আদি বহু কেইটা জনজাতীয় জনগোষ্ঠী স্থায়ী ভাবে বসবাস কৰাৰ চৰকাৰী তথ্যত প্রমাণ পোৱা যায়। তেন্তে এই সকল জনজাতীয় জনগোষ্ঠীৰ মানুহক PRC (স্থায়ী বাসিন্ধাৰ প্রমাণ পত্র) দিয়াত আপত্তি কোন খিনিত ? মৰাণ, দেউৰী, মিচিং আদি জনজাতীয় জনগোষ্ঠীৰ মানুহ সকল ভাৰতীয় নহয় বুলি সন্দেহ কৰাৰ থল কোনখিনিত ? আন্তঃৰাষ্ট্ৰীয় সীমামূৰীয়া ৰাজ্য খনত যথেষ্ট সামৰিক বাহিনীৰ উপস্থিতি থকা সত্বেও ৰাজ্যৰ মূখ্যমন্ত্রী , উপ […]
ইতিহাসৰ পাতত ২৪ ফেব্ৰুৱাৰী আৰু অসম
ইষ্ট ইণ্ডিয়া কোম্পানী ( East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। কেতিয়াবা এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক “গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ” (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে “ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ” (United Company of Marchants of England Trading […]
কাজী নীলৰ নব্বৈৰ অসম
নতুনকৈ অহা “অসম ৰাইফলছৰ বিশেষ ক্ষমতা” আৰু বহু আগৰে পৰা বলবৎ থকা “সামৰিক বাহিনী বিশেষ ক্ষমতা আইন” [Armed Forces (Special Powers) Act] ৰ শেহতীয়া ৰেহৰূপ চাই বহুদিন আগতেই অনুবাদ কৰা “নব্বৈৰ অসম” নামৰ কবিতা এটা বাৰে বাৰে মনত পৰিল, সেয়া পাঠকলৈ আকৌ আগবঢ়ালোঁ। ============= নব্বৈৰ অসম মূল @ কাজী নীল অনুবাদ @ মাইন উদ্দিন . কোনোবাই ঘৰৰ পিছফালে চুচুক চামাক শব্দ কৰি আছে কোনোবাই খোজকাঢ়ি যায় দোভাগৰাতি , মাঘ মাহৰ শীত ধানখেতিৰ মাজত কুঁৱলীৰ পাহাৰ পাৰ হৈ কোনোবাই খোজকাঢ়ি যায় মোৰ হাত ভৰি কপি উঠে। কোনোবাই টোকোৰ দিয়ে বাঁহৰ বেৰত, মিহিকৈ মাতে ওই ৰহিম কাই , দুৱাৰ খুলি দিয়া, মই […]
মিঞা, গেদা, গেদী, জিন্নাপন্থী,CAB ইত্যাদি
মাইন উদ্দিন : এখন ৰাষ্ট্রৰ বা ৰাজ্যৰ উন্নয়ন আৰু বিকাশ বুলি ক’লে ৰাষ্ট্র বা ৰাজ্যৰ সকলো শ্রেণীৰ লোকসকল আর্থসামাজিক, শৈক্ষিক দিশত সমানে আগবাঢ়িবই লাগিব আৰু সকলো শ্রেণীৰ লোকক সমান মর্দাৰে আগবঢ়াব পৰা হ’ব লাগিব৷ ৰাজ্যখনৰ এটা বৃহৎ জনগোষ্ঠীক বাদ দি ৰাজ্যৰ উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি৷ আচলতে পূৰ্বৰ পৰাই এই বৃহৎ জনগোষ্ঠীটো অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ সন্ধানত অসমলৈ প্ৰব্ৰজন কৰি বসতিৰ ভূমিখিনি পাইয়েই যথেষ্ট পোৱা বুলি ভাবি অনেক দিনলৈ বৰ্তি আছিল। চৰকাৰৰ পৰা পোৱা বাসস্থানৰ ভূমিৰ পৰিবৰ্তে নিজৰ ভাষা-সংস্কৃতি দান দি আত্মসন্তূষ্টিৰ লগতে স্থানীয় জনগণৰ লগত সমিল মিলেৰে চলাৰ মানসিকতাৰ ফায়দা লাভ কৰি, কেবলমাত্ৰ ভোট বেংক হিচাপে ব্যৱহৃত হৈ আহিয়েই আছে।পূর্বপুৰুষক […]
মানসিকতা: একেই পৰিয়ালৰ এজনকলৈ গৌৰৱ, এজনক বাংলাদেশীৰ দালাল আৰু এগৰাকীক ডি ভোটাৰ
আজিজুৰ ৰহমান (উপদেষ্টা, আমছু): “খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা” নীতিৰ বাস্তৱ কাহিনী এটা কব মন গল।নৰৱে’ৰ অস্কাৰ বিবেচিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা “আমান্দা”ৰে সন্মানীত হ’ল অসম সন্তান বিশ্ব বিখ্যাত অভিনেতা আদিল হুছেইন। ‘হোৱাট উইল পিপুল ছে’ (What will people say) নামৰ ছবিত কৰা অভিনয়ৰ বাবে অসম সন্তান আদিল হুছেইনক প্ৰদান কৰা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। নৰৱে’ৰ অস্কাৰ বিবেচিত “আমান্দা” বঁটা লাভ কৰি অসম তথা ভাৰতবৰ্ষৰ নাম উজলাই তোলা অভিনেতা আদিল হুছেইনলৈ বহুতে অভিনন্দন জ্ঞাপন কৰি আছে। বহুতে গৌৰব কৰা পৰিলক্ষিত হৈছে। ফটো: আদিল হুছেইনৰ লগত মেঘনা শ্বাহী। কিন্তু আমাৰ গৌৰব কৰিব মন থকা স্বত্বেও গৌৰব কৰিব পৰা নাই। […]
Assam’s ‘Miya’: Proving You Are Indian
Guwahati,Priyanka Borpujari (The Diplomat): Finally, we are Indians.” Rubul’s relief and elation, his identity no more in question, travels over the long distance phone call from Guwahati as he speaks with me. The 24-year-old social worker – whose official name is Iftikar Hussein Siddiqui – recently found his name on the second draft of the National Register of Citizens (NRC), which was released on July 30. His name, including those of his entire extended family, was missing from the first draft that was released on January 1, 2018. With his family now mentioned on the second list, Rubul – […]
Why all ‘Miya Muslims’ are seen as Bangladeshis in Assam
Dhuburi, Parvin Sultana(dailyo): Standing on a cliff, young Alifa longs to walk through the “pucca” roads of the city of Guwahati, to peep into the beautiful houses and lives of the city dwellers. Deep Choudhury’s debut venture Alifa is a story of a family’s struggle languishing in the margins. Young Alifa and her family lives in a hill overseeing the sprawling city of Guwahati. Her parents Ali and Fatima played by seasoned actors Baharul Islam and Jaya Seal work as daily wage labourers while she and her younger brother Faizal stay home or roam around in the wilderness. They go to the […]
