ইউনিক’ড, অসমীয়া ভাষা , গুগল অনুবাদ আৰু মাইন উদ্দিন

সাজিদা খাতুন :  কম্পিউটাৰ:- কম্পিউটাৰ সাধাৰণতে গাণিতিক সমস্যা সমাধানৰ বাবে ব্যৱহাৰ কৰা হয় । আৰু কম্পিউটাৰে কেৱল গাণিতিক সমীকৰণহে বুজি পায় । এটা আখৰ কম্পিউটাৰত উপস্থাপন কৰিবলৈ হ’লে ডট(.) আৰু ডেছ(-) ৰ সহায় লোৱাৰ প্ৰয়োজন । আৰু প্ৰত্যেকতো আখৰৰ বাবে দ্বৈত সংখ্যা নিৰ্ধাৰণ কৰি লোৱা হয় । আৰু আমি যেতিয়া কোনো এটা আখৰ টাইপ কৰো তেতিয়া কম্পিউটাৰে তাৰ দ্বৈত সংখ্যাৰ দ্বাৰা প্ৰচেচিং কৰে । এনে ধৰণৰ দ্বৈত সংখ্যাৰ সংকেত হ’ল ASCII (American Standards Coded for Information Interchange)। ASCII সংকেত আজি কালিও কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফটৱেৰত ব্যৱহাৰ কৰা হয় । আমি নজনা কৈ আমাৰ কম্পিউটাৰ প্ৰায়বোৰ প্ৰ’গাম ASCII সংকেতত চলি আছে […]

The Dark Web Links Analysis and Interesting Facts Behind its Anonymity

Today, the Internet is the most used human-built technology and even it is growing more with its full potentialities day by day. This Internet is not only a real-life application of technology but also the largest networking system in the world today. Though the Internet of this generation is not only limited to the common purpose to use, it also becomes a part of the crime world too, according to THE DARK WEB LLINKS. Many people today are aware of this fact that the Internet is divided into different layers in which each layer of the Internet has its specific […]

ডিটেনচন কেম্পত বন্ধী মানৱতা:চৰকাৰী বাহিনীৰ সীমাৱদ্ধতা নে গভীৰ ষড়যন্ত্ৰ ?

মতিউৰ ৰহমান : ডিটেনচন কেম্পত বন্ধী মানৱতা ! এইসকলো কাৰোবাৰ শ্ৰদ্ধাৰ মা¸ কাৰোবাৰ মৰমৰ বাই¸ভনী¸ কাৰোবাৰ অৰ্ধাংগিনী স্ত্ৰী¸ যি সকলৰ অনুপস্হিতিত এখন ঘৰ সংসাৰৰ এক মূহুৰ্তও নচলে। যি সকলৰ সম্ভ্ৰমক অন্য কোনাবাই সামান্য আঘাত কৰিলে হয়তো মূহুৰ্ততে হৈছিল লংকাকাণ্ড। কিন্তু আজি তেওঁলোকৰ সম্ভ্ৰম, কমনীয়তা গঢ়ালত বন্ধী বন্য প্ৰানীৰ দৰে। আৰু অপৰাধ ? ফটো : মতিউৰ ৰহমান আজি অসমত যিবোৰ ৰাজনৈতিক সমস্যাই দেখা দিছে তাৰ মূল কাৰনটো হৈছে এটা বিশেষ জনগোষ্ঠীৰ মাত্ৰাধিক জনসংখ্যা বৃদ্ধি। যিটো সমস্যাক বহুতে অবৈধ অনুপ্ৰৱেশৰ কাৰনে হৈছে বুলি ভাৱে আৰু সেই হিচাপে প্ৰচাৰো কৰে । কিন্তু পৰিসংখ্যাই এই কথা প্ৰমান নকৰে। মাত্ৰ স্বাধীনতাৰ পিছত বাল্য বিবাহৰ কাৰনে এটা […]

প্ৰকৃতিৰ নিদাৰুণ যন্ত্ৰণা : তুচ্ছ-তাচ্ছিল্যৰ সৈতে সহবস্থান

ছফিউৰ ৰহমান আহমেদ : ভাৰতত ( বিশেষ কৈ অসমত) মুছলমান হৈ জন্ম লোৱাটো যেন এটা বিৰাট অপৰাধ ৷ এই জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰি সকলোৱে বেছ আমেজ পায় ৷ প্ৰকৃতিৰ নিদাৰুণ যন্ত্ৰণা সহ্য কৰি হাড়ক মাটি কৰি জীৱন নিৰ্বাহ কৰা এওঁলোক যেন মানুহ নহয় অন্য গ্ৰহৰ বীভৎস ৰূপৰ ৰাজ হাড়হীন,তেজহীন,মজ্জাহীন,মগজুহীন জন্তুহে ৷ ইংৰাজৰ দৰে দমন নীতি অহৰহ চলাই গৈছে দেশীয় বগা বণিকে ৷ সকলোৱে ভৰিৰ ওপৰত ভৰি তুলি নচোৱাই এই নিম্ন  শ্ৰেণীৰ(বিশেষকৈ পূর্ববঙ্গীয় মূলৰ খিনিক) ওপৰত বীৰত্ব দেখুৱাই নায়ক ও দেশপ্ৰেমীক সাজিছে ৷ ফটো : ফৰহাদ ভুঞা নিৰ্বাচনত উন্নয়নৰ শ্লো গানৰ প্ৰয়োজন নাই মাথো বাংলাদেশীয়ে অসমখন বেদখল কৰিলে, গিলি পেলালে বুলি কৈ দিলেই হ’ল […]

Changing the Narrative: “I Beg to State I Am Not a Bangladeshi, I Am An Assamese Asomiya!”

GUWAHATI,Shalim M Hussain(thecitizen): In 2012 when I was studying at the University of Delhi, I attended a conference on the future of the Kaziranga National Park held at one of our auditoriums. The chief guest, then a prominent regional politician and now a union minister made a rather problematic submission. The one-horned rhino of the Kaziranga National Park was threatened by illegal Bangladeshi immigrants, he said. He took care to refrain from explicitly mentioning the religious identity of the poachers but it became apparent that he was blaming Assamese Muslims of Bengal origin for maiming, killing and dehorning the magnificent animal […]

Who Are The Miya Muslims Of Assam?

New Delhi, YASMIN SAIKIA(outlookindia): The Muslims of Assam is not a historical but political category of “immigrants”, so Prannoy Roy of NDTV pronounced on April 8, 2016. How could such a reputed journalist be so terribly misinformed about the history of Assam? File Photo – Sandipan Chatterjee Assam’s Muslim population is 1/3 of the 30 million people, which is the second-largest Muslim population in term of percentage, following Kashmir. The Muslims of Assam are a composite community constituted by at least four different groups — Muslim-Axamia (also called Goriya, Tholua or Khilonjia), Bengali speaking or Bhotia, up-country or Juluha (from […]

Why are Miya Muslims in Assam still seen as outsiders?

Kolkata,M REYAZ(dailyo): At a panel discussion on Assam’s Char (river islands) inhabitants last month at the Jamia Millia Islamia, professor Sanjoy Hazarika, director of the Centre of Northeast Studies and Policy Research, made an interesting observation. He noted that till date, we have not arrived at a consensus on how to refer to the Muslims of Assam, particularly those who trace their origin to erstwhile East Bengal, or present day Bangladesh. Most attendees, including academicians, journalists and research scholars, nodded in agreement. From constant suspicion of being “illegal Bangladeshi immigrants” to being referred to by crass terms like “Miya Manus”, […]

অসমীয়া ভাষা আৰু অসমৰ মুছলমান সমাজৰ আত্মীয়তা

মাইন উদ্দিন: অসমীয়া ভাষা সাহিত্যৰ বাবে মুছলমানসকলে কম ত্যাগ স্বীকাৰ কৰা নাই তাৰ উদাহৰণ বহুত আছে। মুছলমানসকলৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ কোৰআন শ্বৰীফত স্পষ্ট ভাষাত উল্লেখ আছে – ‘ইন্না জাআ’লনাহু ক্কোৰআনান আৰাবিয়্যাল লাআ’ল্লাকুম তা’ক্কিলূন’ (ছুৰা জুখৰুফ আয়াত ৩) অৰ্থাৎ ‘নিশ্চয় ক্কোৰআনখনি উপস্থাপন কৰা হৈছে আৰবী ভাষাত, যাতে তোমালোকে বুজি পোৱা।’ তেনে ক্ষেত্ৰত মুছলমান সকলে আৰবী ভাষা ত্যাগ কৰি, নিজৰ মাতৃভাষা বাংলা ত্যাগ কৰি অসমীয়া ভাষা-সাহিত্য সংস্কৃতিক আদৰি লৈছে। এনে ত্যাগৰ নিদৰ্শন বিশ্বৰ দৰবাৰত বিৰল। অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ হকে ১৯৬০ চনৰ পৰা১৯৭২ চনলৈকে যি ভাষা আন্দোলন হৈছিল, সেই ভাষা আন্দোলনত অসমীয়া লোকৰ সৈতে বংগীয় মিঞা মুছলমানসকলে সমানে সহযোগিতা […]

অভিযোগ: মিঞা’ ৰ অবাধ বংশবৃদ্ধিয়ে অসমৰ সকলো সমস্যাৰ সৃষ্টি কৰিছেনে ?

মাইন উদ্দিন : মিঞা’ ৰ অবাধ বংশবৃদ্ধিয়ে অসমৰ সকলো সমস্যাৰ সৃষ্টি কৰিছেনে ? উপৰোক্ত প্রশ্নটোৰ  উত্তৰত প্রায় অসমৰ সকলো শ্ৰেণীৰ মানুহেই হয় বুলি কব কিন্তু সেয়া সচাঁ নহয়।  সত্যক উৎঘাটন কৰিবলৈ আমি অলপ ইতিহাসৰ পাত আৰু তথ্যৰ মাজেৰে গমণ কৰিব লাগিব।  ঐতিহাসিক ভাবে কোনোবাই মানি নললেও কথাটো সচাঁ যে তথাকথিত ‘মিঞা’ সকল তদান্তীন ভাৰতবৰ্ষৰ ‘দলিত’ (নিম্ন জাতি) আছিল। ৰজাঘৰীয়া তোষণ, উচ্চ বর্ণৰ শোষণ আৰু ইছলামৰ সৰল পন্থাক সাৰথি কৰি মুছলমান হৈছিল কিন্তু আর্থিক অৱস্থাৰ কোনো পৰিবৰ্তন হোৱা নাছিল। ইংৰাজ শাসন কালত আর্থিক অৱস্থা আৰু বেয়া হৈছিল। সেয়ে চৰকাৰী পৃষ্টপোষকতাত অসমৰ অনাবাদী ভূমি লৈ এই দুর্বল শ্ৰেণীটোক আমদানী কৰা হৈছিল। (এই […]

A brief history of Miya Muslims in Assam

Kolkata,M. Reyaz, (TwoCircles):  Over the years the meta narrative in the country about origins of Muslims in Assam is filled with unidirectional flow of information that want us to believe that Muslims – or at least Bengali speaking Muslims – are all of ‘foreign’ origin, having come from Bangladesh. Many such people (election Commissioner H. S. Brahma) emphasised on the fact that it’s not Hindu-Muslim issue but of Indian vs foreigners. It’s a different matter that people – and ideology that championed such causes – are the same group of people who would not hesitate to label all Indian Muslims […]