মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জীৱন দর্শনৰ ক্ষুদ্র আলোকপাত

“‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ” এই বিশ্বব্রহ্মান্দত এজনেই ঈশ্বৰ বা আল্লা ! এইয়াই জগৎ গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ বাণী !একেদৰে ইছলাম ধর্মৰ কোৰানত লিখিছে যে – “লা -ইলাহা ইল্লালা হু মহম্মদৰ ৰচুলুল্লাহ ” ! (আল্লা অবিহনে মাবুদ নাই , হজৰত মোহাম্মদ প্রেৰিত ৰছুল) গুৰুজনাৰ ওপৰত আলোচনাত ভাগ লবলৈ আপত্তি নাই, অলপ কিঞ্চিৎ অধ্যয়ন ও আছে কিন্তু ‘হিন্দু ‘ আৰু ‘হিন্দুত্ব’ ৰ ওপৰত মন্তব্য কৰাত সদায়েই অপাৰগ। জগৎ গুৰুজনাৰ ওপৰত কিঞ্চিৎ আলোকপাত কৰাৰ প্রয়াস কৰিলো। মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাই ঈশ্বৰ বুলি একমাত্র তেওঁকেই কৈছে যি বিজ্ঞান মূর্ত্তি, সর্ব্বজ্ঞ, সর্ব্ব কর্ত্তা, নিৰাকাৰ, নিৰাময়, নিত্য নিৰঞ্জন, আনন্দ স্বৰূপ, যাক সকলোয়ে সেৱা […]

জনীয়া বিধানসভা উপনিৰ্বাচন আৰু এক গুলীত ৫ টা চিকাৰ

ড: জাহিদ আহমেদ : কালিলৈকে বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানৰ বিজেপি দলৰ পৰা টিকট নিশ্চিত আছিল, কিন্তু আজি হঠাৎ সকলোকে আচৰিত কৰি সেই টিকট বাতিল কৰি উজনি অসমৰ এজন বিজেপি নেতা তৌফিকুৰ ৰহমানৰ টিকট নিশ্চিত হয়! ইয়াৰ দ্বাৰা বিজেপিয়ে প্ৰথমেই প্ৰমাণ কৰিলে যে বিজেপিয়ে গৰীয়া মুছলমানক নিৰ্বাচনত টিকট নিদিয়ে বুলি অসমৰ মুছলমান সমাজে ইমানদিনে যিটো অভিযোগ কৰি আহিছিল সেয়া আচলতে এক ভুল ধাৰণা আছিল। বিজেপিয়ে সদায় খিলঞ্জীয়া পৰিচয়ৰ গৰীয়া মুছলমানক লগত লৈ ৰাজনীতি কৰে! দ্বিতীয়তে বিজেপিয়ে কেতিয়াও মিঞা মুছলমানৰ কাৰণে ৰাজনীতিৰ দৰ্জা খুলি নিদিয়ে সেয়া স্পষ্টকৈ প্ৰমাণ কৰিলে। কলগাছিয়াৰ নিচিনা ঠাইত গলেই নিজকে পাকিস্তান যোৱাৰ নিচিনা লাগে […]

জনীয়া সমষ্টি আৰু কিছু অতীত

মাইন উদ্দিন:  সেয়া কিজানো ১৯৮৪-৮৫ চনৰ কথা, কোনটো ভাল , কোনটো বেয়া বুজি পোৱাৰ সক্ষমতা নাছিল। অন্য আঠ -নবছৰীয়া কোমলমতীয়ে বুজি পালে ও এই নিঃকিনৰ সেই যোগ্যতা নাছিল। এটা কথা কিন্তু অৱচেতন মনত সোমাই গৈছিল যে অসমৰ এচাম মানুহতকৈ আমি বোৰ ভিন্ন কাৰণ সেই চাম মানুহে “আমি বোৰ” ৰ ঘৰ বোৰ জ্বলাই দিছিল আৰু বেঘৰ হোৱা এটা পৰিয়াল অস্থায়ী ভাবে আমাৰ ঘৰত আশ্রয় লৈছিল। সেই ভুক্তভোগী পৰিয়ালৰ এগৰাকী বুঢ়ী আছিল যাৰ পৰা গল্প শুনা দি তেখেতৰ পৰিয়ালৰ দুঃখ বোৰ শুনিছিলো আৰু বুঢ়ীয়ে কন্দা আৰম্ভ কৰিলে আমি আমোদ পাইছিলো। মগজুত অধিক জোৰ দি মনত পেলাবলৈ চেষ্টা কৰিছো – মাইক লগাই জিন্দাবাদ […]

ভাষা, মাতৃভাষা আৰু কিছু অধ্যয়ন

মাইন উদ্দিন: ভাতৃ প্রতীম Abdul Mozid Sheikh অসমীয়া ভাষা সাহিত্যৰ এজন গৱেষক কিন্তু আজি বিশেষ কাৰণত ৰাজহুৱা ভাবে প্রশ্ন কেইটামান কৰিছিল। সেয়ে উত্তৰো ৰাজহুৱা ভাবে দিলো। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়। ব্যক্তিসত্তাৰ পৰিচয়ৰ জটিল গাঁথনি, গঠন প্ৰক্ৰিয়াত ভাষাও অন্যতম উপাদান৷ ব্যক্তিৰ অস্তিত্ব যিহেতু বহু পৰিমাণে সামাজিক আৰু ৰাজনৈতিক, সেয়েহে ব্যক্তিসত্তাৰ ভাষিক পৰিচয়ৰ নিৰ্ণয়ত এই দিশ দুটা নাকচ কৰিব নোৱাৰি৷ ৰাষ্ট্ৰসংঘই ৬ টা ভাষাক চৰকাৰী ভাষাৰূপে […]

Miya Poetry : Dreaming to Build an Ark

Dreaming to Build an Ark @ Main Uddin It was said, you would get promised land No doubt, it was given only for a few years Later, thou the questions were raised With a storm of words reaches flood stage. A couch is bobbing in the currents towards its mangled ruin-nexus of matchsticks in cyclonic flow among the renegade of the mighty river trash, hanging from the limbs like tinsel Why did thy promised us that you would build the safest arks for all by yourselves with the help of grow more foods scheme. Long far in the back of […]

পাবলো নেৰুদাৰ জন্ম দিন আৰু কিছু অনুভৱ

মাইন উদ্দিন : কলম্বিয়ান ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ-এ নেৰুদাক বিংশ শতাব্দীৰ সকলো ভাষাৰে ভিতৰত শ্ৰেষ্ঠ কবি আখ্যা দিছিল”। পাবলো নেৰুদা (নেফটালি ৰিকাৰ্ড’ ৰেইচ বাচ’লাট’) 12 জুলাই , ১৯০৪ Parral, Chile ত জন্ম গ্রহণ কৰিছিল। হেৰল্ড ব্লুমে তেওঁৰ কিতাপ The Western Canon: The Books and School of the Ages-অত নেৰুদাক মুখ্য ২৬ জনৰ ভিতৰত এজন আখ্যা দিছিল। নেৰুদাৰ ভাৰতৰ প্রতি আছিল অপৰিসীম প্রেম। আনকি যি সময়ত ৰেংগুনত নেৰুদা কূটনৈতিক বিষয়া হিচাপে আছিল সেই সময়ত কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰক লগ ধৰাৰ মানসেৰে তেওঁ কলকাতালৈ আহিছিল। কিন্তু সেই সময়ত কবিগুৰু কলকাতাত নথকা বাবে তেওঁক লগ ধৰিব নােৱাৰিলে। তাৰ পিছতে নেৰুদাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ […]

মাইন উদ্দিন আৰু মিঞা নং ১

যিমান দূৰলৈ মনত আছে – খুব সম্ভৱ ১১ বছৰ বয়সৰ পৰা কবিতা পঢ়া আৰু লিখা আৰম্ভ কৰিছিলো আৰু সেই ধাৰা আজি ৪২ তো অব্যাহত আছে। স্কুল, কলেজ , বিশ্ববিদ্যালয় আদিত অধ্যয়নৰ বাবে বহিঃৰাজ্যত থাকিব লগা হোৱাৰ বাবে বিভিন্ন ভাষাৰ কবিতা অনুবাদ কৰাৰ অভ্যাস এটা গঢ়লৈ উঠিছিল আৰু আজিও অনুবাদ সাহিত্য ৰচনা কৰি ভাল লাগে। অতি কমেও ১১ টা ভাষাত কবিতা লিখিছো আৰু অনুবাদও কৰিছো কিন্তু নিজৰ ঘৰত ব্যৱহাৰ কৰা দোৱান (মিঞা দোৱান) ত অতি নগন্য সংখ্যক কবিতা লিখিছো। সাহিত্য এটা কলা আৰু এই কলাৰ উত্তম পন্থা হৈছে কবিতা। কবিতাই ব্যক্তি বা সমাজৰ দাপোনক কম শব্দৰে মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষমতা […]

ঘৃণা বার্তা আৰু মিঞাৰ স্থিতি

চুকে কোণে সিঁচৰিত হৈ থকা ‘মিঞা পোয়েট্রি” একত্রিত কৰিলেও কিজানো এহেজাৰ নহব কিন্তু মই নিজেই এহেজাৰতকৈ অধিক অসমীয়া কবিতা লিখিছো(খাদ্য নে অখাদ্য সেয়া পিছৰ কথা)। আমি জনা মতে অতি কমেও প্রতি দিনে এহেজাৰ জনে এটাকৈ অসমীয়া কবিতা লিখে । তেন্তে সেই অসমীয়া ভাষা কেইটামান “মিঞা কবিতা” ই কেনেকৈ ধ্বংস কৰিব পাৰিব , অসম্ভৱ কল্পনা। তাৰোপৰি “মিঞা” সকলৰ মাতৃভাষা সম্বন্ধীয় স্থিতি ১৯২৬, ১৯৫১, ১৯৭২, ২০১৯ একেই আছে(তেতিয়া ও অসমীয়া আছিল, এতিয়াও অসমীয়া আছে আৰু আগলৈ থাকিব)। তেন্তে সাধাৰণ জনতাক বিপথে পৰিচালনা কৰিব বিচৰাৰ কাৰণ কি ? “মিঞা কবিতা” লিখিলে পইচা দিয়ে বুলি আজি জানিলো, অসমীয়া সংবাদ পত্রই মিঞা সকলক ইমান ঘৃণা […]

সংযত হওঁক:ঘৃণাৰ বেপাৰী সকল

ছচিয়েল মেডিয়াত যুৱ প্ৰজন্মৰ কিছুমানৰ অতপালিত অসন্তষ্ট কেৱল ময়েই নে ? উত্তৰটো সহজ – অকল মই নহয় , লাখ, লাখ অসমবাসী অসন্তুষ্ট হৈছে। এই অসন্তুষ্টিৰ মূল কাৰণ সমূহ নো কি কি ? ১. অর্ধ সত্য বা অসত্য তথ্য প্রচাৰ। ২. অসমীয়া সংস্কৃতিৰ বহির্ভূত অশালীন বাক্যবাণ। ৩. ব্যক্তি স্বাধীনতা হৰণকাৰী মেমে (মীম) জাতীয় ব্যঙ্গ প্রচাৰ। ৪. ভুৱা বা বিকৃত তথ্যৰে তৈয়াৰ কৰা অডিও বা ভিডিও প্ৰচাৰ। ৫. ইতিহাসক বিকৃত ৰূপত নতুনকৈ উপস্থাপন ৬. অধ্যয়ন বিহীন ব্যক্তিও বিজ্ঞৰ ভাও দিয়া ৭. জ্যেষ্ঠ সকলক সন্মান দিব নজনা। আৰু বহু আছে। যোৱা কেইবছৰ হ’ল কিছুমান ৰাজনৈতিক দল /সংগঠনৰ কৰ্মীৰ অতপালি চচিয়েল মেডিয়াত বৃদ্ধি পাইছে। […]

চচিয়েল মেডিয়াত অতপালি আৰু সময়ৰ আহবান

যোৱা কেইবছৰ হ’ল কিছুমান ৰাজনৈতিক দল /সংগঠনৰ কৰ্মীৰ অতপালি চচিয়েল মেডিয়াত বৃদ্ধি পাইছে। “আদাক দেখি উঠিল গা , কেতেৰীয়ে বোলে মোকো খা” ধৰণে কিছুমান সংখ্যালঘু যুৱক আৰু সংগঠনৰ সদস্যই সকলেও একেধৰণেই অতপালি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত কিছু অসামাজিক তত্বই FAKE একাউন্টৰ জড়িয়তেও এই কামত সাৰপানী যোগাইছে। ব্যক্তিগত ভাবে বহু জনক হকা-বাধা দি আহিছো যাতে এনেকুৱা অতপালি চচিয়েল মেডিয়াত নকৰে। কিন্তু বর্তমানে অতপালি কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে সেয়ে ৰাজহুৱা ভাবে (বিশেষ কৈ সংখ্যালঘু) ৩০ অনূর্ধ চেঙেলীয়া যুৱ সকল লৈ আবেদন /নিবেদন /আদেশ : ১. চচিয়েল মিডিয়াত বিতর্কিত পোস্টত মন্তব্য দিয়া বন্ধ কৰক। ২. নিউজ চেনেলৰ পেজত লাইক কৰক /পঢ়ক […]