মোৰো অতীত আছে @ মাইন উদ্দিন মোৰো অতীত আছে সুদীর্ঘ ৪২ বছৰৰ ভয়াবহ কিছু তিক্ত স্মৃতি বিশেষকৈ বিগত ২০ বছৰৰ। অতীত সমূহ হায়েনা হৈ কাষত ঘূৰি ফুৰে ভয়ানক দৃষ্টিৰে চাই থাকে বর্তমানলৈ এৰি আহিলো অতীত বহু দূৰ দিগন্তত। মোৰো ইচ্ছা হয় অতীতকলৈ ভাবি কিছু বিষ ঢালিবলৈ লোতকেৰে অতীতৰ দিনবোৰক তিয়াই দিবলৈ ইচ্ছা হয় উজাগৰে ৰাতিত অতীতৰ সুখস্মৃতি ৰোমন্থন কৰিবলৈ তথাপি টোপনি যাবলৈ চেষ্টা কৰো নতুন সপোনক আদৰিবলৈ। অতীত আছে মোৰ বীভৎস অতীত সুখে ভৰা কিছু স্মৃতিও আছে এই জীৱনত তথাপি পাহৰিব বিচাৰোঁ সকলো অতীত জীয়াই থাকিব বিচাৰো বর্তমান আৰু ভৱিষ্যতৰ মাজত। কিছু অতীত ধাৰণ কৰিবলৈ নিজৰো ইচ্ছা হয় ক্ষত-বিক্ষত কৰিব […]
মই কবিতা কেৱল মোৰ : মাইন উদ্দিন
মই কবিতা কেৱল মোৰ @ মাইন উদ্দিন ============== মই কবিতা কেৱল মোৰ মই মোকে পালন কৰো মোৰ অপৰিমেয় ভালপোৱাত জীবন্ত কৰি ৰাখো অপৰিসীম ভাল লগাত। মোৰ ভালপোৱাত কেৱল ময়েই ভাল লগাত ও কেৱল ময়েই এয়াই মই, মোৰ কবিতা পল অনুপলৰ পম খেদা জীৱনৰ বাস্তৱতা। প্রিয় বন্ধুৰ তালিকাত দাপোণৰ স্থান শীৰ্ষত কাৰণ মই কান্দিলে সি হাঁহি নাথাকে বৰষুণত খোজকাঢ়ি ফুৰো যাতে কোনোৱে মোৰ অশ্রু দেখা নাপায়। মই যি নহও সেয়া হবলৈ যি কৰিব নোৱাৰো সেয়া কৰিবলৈ অবিৰত সংগ্রামেই হৈছে মোৰ কবিতা খাদ্য -অখাদ্য যি গোটতে স্থান নিদিয়া কিয়। পৃথিবীৰ প্রতিজন মানুহৰেই কিছু আশা-আকাঙ্ক্ষা থাকে লগতে বহন কৰে সীমাহীন সপোন যত জীৱনটোক […]
লকডাউন, ক’ৰনা আৰু নিম্ন মধ্যবিত্তৰ ট্রেজেডি
সীমিত আয়, এটা কোঠাতে বহুকেইজনৰ বিছনা, দ্রব্যমূল্যৰ উর্ধ্বগতি, লিখা-পঢ়াৰ খৰচ, আৰু প্রত্যাশাৰ লগত প্রাপ্তিৰ মিল নথকা আদি প্রায় প্রতিটো নিম্ন মধ্যবিত্ত পৰিয়ালৰ জীৱনত দৈনন্দিন সঙ্গী।বহুতেই “ইজ্জত” যোৱাৰ ভয়ত লিখিব পৰা নাই “নিম্ন মধ্যবিত্তৰ ট্রেজেডি” (lower middle class tragedy). কিন্তু উপায় নাই বাবেই অকণমান উনুকিয়ালো। বিশেষ কোনো আর্থিক পেকেজ নিদিয়াকৈ আৰু যদি কিছুদিন এনেকৈ থাকে , ক’ৰনা নালাগে – বেঙ্ক আৰু ধাৰ দিয়া ব্যক্তি সকলৰ চাপত- হয় পলাই ফুৰিব লাগিব নতুবা আত্মহনন কৰিব লাগিব। ইতিমধ্যে “কামোৰ” দিয়া আৰম্ভ কৰিছেই। জীৱনত মোবাইলৰ switch off কৰি নোপোৱা ব্যক্তিজনেও আজিকালি অফ কৰিবলৈ বাধ্য হৈ যাও। কি উত্তৰ দিম? ধাৰ খিনি কেতিয়া উভতাই দিম আৰু […]
বেয়া পাবলৈ হাজাৰটা কাৰণ থাকিব পাৰে কিন্তু ভালপাবলৈ এটা গুনেই যথেষ্ট
সকলো মানুহৰে ভাগৰ লাগে। ভাগৰ এক শাৰীৰিক-মানসিক প্রতিক্রিয়া। সকলো মানুহৰ বাবে ভাগৰ এনে এটা মানসিক বোধ যেই শৰীৰতো বোধগম্য হয়, মনতো বোধগম্য হয়। কণমানি শিশুটোৰ পৰা বৃদ্ধ-বৃদ্ধলৈকে সকলোৱে একো একোটা সময়ত ভাগৰ অনুভৱ কৰে। আনকি যৌৱনোদ্দীপ্ত ডেকা-গাভৰুৱেও ভাগৰ অনুভৱ কৰে। ভাগৰ অনুভৱ কৰে অলিম্পিকত ক্ৰীড়া নৈপুণ্য দেখুওৱাজনেও। বিভিন্ন কাৰণত ভাগৰ লাগে। এটি শিশুৱে বেছিকৈ লিখিলে বা বেছি সময় পঢ়াশুনা কৰি থাকিলে সিহঁতৰ ভাগৰ লাগে। বৃদ্ধ বয়সত অলপ কাম কৰিলে বা খোজ কাঢ়িলে আনকি মানুহৰ লগত কথা পাতিলেও ভাগৰ লাগে। ডেকা-গাভৰুৱেও একেৰাহে কাম কৰি থাকিলে, শাৰীৰিক পৰিশ্ৰম কৰিলে আনকি বহু সময় পঢ়িলেও ভাগৰ লাগে। আটাইতকৈ ডাঙৰ কথা— একেৰাহে আনন্দ-স্ফূৰ্তি কৰি থাকিলেও […]
চক্ৰবেহুত আবদ্ধ অসমৰ মিঞা
মাইন উদ্দিন: CAB বিৰোধী আন্দোলনক পৰিকল্পিতভাৱে “মিঞা” বিৰোধী আন্দোলনলৈ পর্যবেশিত হবলৈ বেছি পৰ নালাগে। স্পর্শকাতৰ ফটকা ফুটুৱা অঞ্চল লৈ গমণ নকৰাটোৱে উত্তম। অসম আন্দোলন ও, প্রথমে এনেকৈয়ে বিভিন্ন জনগোষ্ঠীয়ে সহযোগ কৰিছিল কিন্তু পিছলৈ সেয়া ‘বঙালী বিদ্বেষী’ আৰু সর্বশেষত ‘মিঞা বিদ্বেষী’ আন্দোলনত পৰিণত হৈছিল। তথাকথিত মিঞাই ১৯২৬ তেই “অসমীয়া গ্রহণ” আন্দোলন কৰিছিল , ১৯৫১ ত হাতে কামে প্রমাণিত কৰিছিল , ১৯৬১ ত লিখিত ভাবে জনাই দিয়া হৈছিল আৰু ১৯৭২ ত প্রাণ বিসর্জন দি প্রমাণ দি থৈছে। এতিয়াও এই তথাকথিত মিঞাৰ অগ্রজ বুদ্ধিজীৱি সকলে প্রায় প্রতিদিনে ঘোষণা কৰিয়েই আছে যে ভাষাৰ ক্ষেত্রত ১৯২৬ ৰ স্থিতিত অটল আছে আৰু আগলৈ থাকিব তেন্তে কিয় এই […]
অসমত মিঞা শব্দৰ ইতিহাস আৰু অসমীয়া ভাষাৰ স্থায়িত্ব
মাইন উদ্দিন: আজিৰ তাৰিখত ‘অসমীয়া ভাষা’ এনেকুৱা এটা পৰ্যায়ত আছে যে এজন ব্যক্তিও অসমীয়া ভাষাত কথা নকলেও ‘অসমীয়া ভাষা’ লুপ্ত হৈ নাযায় । অসমীয়া ভাষা ইতিমধ্যেই লব্ধপ্রতিষ্ঠিত হৈছে। গতিকে ভাষাৰ নামত ‘ইম’চনেল ব্লেকমেইলিং’ যুক্তিযুক্ত নহয় আৰু কোনো লাভালাভ ও নহব। পিছে ‘অসমীয়া জাতি’ গঠনত কি হব সেয়া মোৰ বোধগম্যৰ বাহিৰত। সীমিত অধ্যয়নে কৈ আছে – অসমীয়া বুলি নির্দিষ্ট কোনো জনগোষ্ঠী নাই ,১৩০+ জনগোষ্ঠীৰ সংমিশ্রণত গঠিত হৈছে অসমীয়া জাতি আৰু বেছি ভাগ জনগোষ্ঠীৰে আছে নিজৰ নিজৰ ভাষা-সংস্কৃতি কেৱল তথাকথিত মিঞা খিনিৰ বাদে। প্রতক্ষ্য ভাবে কবলৈ গলে, মিঞা নামৰ কোনো জনগোষ্ঠীক প্রচলিত সমাজ ব্যৱস্থাই স্বীকৃতি দিয়া নাই আৰু ইতিহাসৰ পাতত ও পোৱা […]
আজি অসমীয়া মানুহ Confused কিয়?
মাইন উদ্দিন: সম্প্ৰতি আমাৰ ভাৰতৰ অসম ৰাজ্যত চলি থকা NRC আৰুCAB লৈ চলা নাটক খনেই কিজানি আটাইতকৈ ভাল অভিনয়,কেইবা দশক জোৰা অভিনয়।#CAB গৃহীত কৰাৰ কথা BJP ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলেই ।সেয়া দেখি , জানি বুজিয়েই শিল দৌল ভাঙি তিনিটা নিৰ্বাচনত ধৰ্মীয় সংখ্যাগৰিষ্ঠ অঞ্চলতBJP ৰ জয় হ’ল। কিন্তু আকৌ বিৰোধ কৰাৰ নাটক কিহৰ? ক . CAB মানৱতাৰ সপক্ষে পদক্ষেপ (২০১৪ লৈ আহা সকলো অমুছলমান ভাৰতীয়) খ . CAB ভাৰতৰ সংবিধানৰ মৌলিকতাৰ বিপক্ষে (আইনৰ সন্মুখত সকলো সমান) ১. নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ ৰ জৰিয়তে ২০১৪ ৰ ডিচেম্বৰলৈ ভাৰতভূমিত প্রবেশ কৰা সকলো অমুছলমানক নাগৰিকত্ব দিয়া হব। ২. নতুন NRC ৰ জৰিয়তে ১৯৫১ চন […]
মিঞা বা বঙ্গমূলীয় মুছলমান শিক্ষাবিদ ওচমান আলী সদাগৰ
হাফিজ আহমেদ : বংগমূলীয় অসমীয়া মুছলমান জনগোষ্ঠীৰ জনকস্বৰূপ ওচমান আলী সদাগৰ চাহাবৰ জন্ম অবিভক্ত বংগৰ মৈমনসিং জিলাৰ ৰামেৰকান্দি নামৰ গাওঁ খনত ১৮৫৬ চনৰ মে মাহৰ ১৯ তাৰিখে।তেওঁৰ পিতৃৰ নাম মহম্মদ দৌলৎউল্লা সেখ আৰু মাতৃৰ নাম মুলুকজান বিবি। ১৮৮৫ চনত মহম্মদ দৌলৎউল্লা সেখে তেওঁৰ পৰিয়াল-পৰিজনসহ নগাঁও জিলাৰ আলীটাঙনীলৈ প্ৰব্ৰজন কৰি স্হায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। কৃষি কৰ্মৰে নিজৰ অৰ্থনৈতিক ভেটি মজবুত কৰি তোলাৰ পিছত সদাগৰ চাহাবে সমাজসেৱাৰ প্ৰতি মনোযোগ দিয়ে।১৯০২ চনত তেওঁ নিজা মাটি দান কৰি নিজ গাওঁত মোক্তাৱ বিদ্যালয় এখন আৰম্ভ কৰে।বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰ দায়িত্ব গ্ৰহণ কৰি সদাগৰ ডাঙৰীয়াই তাত অসমীয়া শিকোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।এই সিদ্ধান্ত মৰ্মেই বৰদোৱাৰ […]
অসমৰ সংখ্যালঘু ৰাজনীতিৰ অঘোষিত ৰাজধানী
মাইন উদ্দিন (সম্পাদিত সংগ্রহ): ভাৰতৰ মহামহিম ৰাষ্ট্রপতিয়ে প্রতিনিধিত্ব কৰা সমষ্টি , গোলাম ওছমানিৰ দৰে যুগ নায়কে প্রতিনিধিত্ব কৰা সমষ্টি , গতিকে এই সমষ্টিৰ ভোটাৰ সকলে শুদ্ধ সিদ্ধান্ত লোৱাত ভুল নকৰে।লাখোধিক ভোটাৰৰ মাজত এই নিঃকিনৰ এটা ভোটও আছে। অসমৰ সংখ্যালঘু ৰাজনীতিৰ অঘোষিত ৰাজধানী কলগাছিয়াক কেন্দ্র কৰিয়েই জনীয়া সমষ্টি। কোনো জাতি-ধৰ্ম-জনগোষ্ঠীৰ সৈতে কোনো ৰাজনৈতিক দল সাঙোৰ খাই যোৱাটো এক অশুভ পৰম্পৰা। পৰিতাপৰ বিষয় এয়ে যে ভাৰতবৰ্ষৰ দৰে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত ৰাজনীতি এই চাকনৈয়াৰ পৰা বাহিৰ হ’ব পৰাই নাই। জাতি-ধৰ্ম-জনগোষ্ঠীবোৰৰ সৈতে ৰাজনৈতিক দলবোৰ যেন মাৰ্কামৰা হৈ পৰিছে। অসমত বহু প্ৰত্যাশিত পৰিবৰ্তনৰ সুচনা হৈছে। এই পৰিবৰ্তন ইতিবাচক ৰাজনৈতিক তথা সামাজিক হোৱাটো নিত্যান্তই সময়ৰ […]
স্মৃতিৰ জোলোঙায়েদি আমছুৰ প্রাক্তন সভাপতি ছামছুল হক
মাইন উদ্দিন: সেয়া কিজানো আছিল ১৯৮৮ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা দেওবৰীয়া আবেলি পৰৰ ঘটনা। ছি ছি ছি (চান্দমামা কমিউনিটি চেন্টাৰ) ৰ সন্মুখৰ উন্মুক্ত চোতালত এজাক যুৱ ছাত্ৰৰ জুম আৰু সেই জুমত কিছু অচিনাকি মূখ চেয়াৰত বহি আছিল। এক দুই কদম আগুৱাই গৈ নিজেও সেই জুমত যোগ দিছিলো আৰু জানিবলৈ চেষ্টা কৰিছিলো যে আচলতে ডেকা -আদহীয়া মানুহ খিনি তাত কি কৰি আছে। সেই মানুহ বোৰৰ মাজত আমাৰ অঞ্চলৰ দুটাকৈ চিনাকি আৰু জয়প্রিয় মূখ আছিল – আবুল হুছাইন (নর্মাল চাচা) মৌলানা মনছেৰ আলী। আমাৰ সমবয়সীয়া সকলৰ লগত নিজেও দুবৰি বনত বহি লৈছিলো। এটা সময়ত মৌলনা চাহাবে থিয় হৈ ঘোষণা দিলে- “আজিৰ […]