আমাৰ গোটৰ উদ্যোগত আৰু SHAHRIA TEA ৰ সহযোগত অনলাইনত প্রথম বাৰৰ বাবে অসমৰ চাহ (বিশেষকৈ Camellia sinensis var. assamica ) নামৰ চাহৰ ওপৰত এক ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
( Submit your Post here: https://bit.ly/2ByovRl )
প্ৰতিযোগিতাখনিৰ নিয়মাৱলী সমূহ::
————————————————–
* প্রতিযােগিতাখন Online ত অনুষ্ঠিত হব ।

** এই প্ৰতিযোগিতাখনিলৈ পঠোৱা লিখিনী সমূহ
ক/ অসমীয়া বা ইংৰাজী বা হিন্দী ভাষাত হব লাগিব।
খ/ ৰচনা অতি কমেও ৫০০ শব্দৰ ওপৰত হব লাগিব।
গ/ আগতে কৰবাত প্রকাশিত লেখনী গ্রহণযোগ্য নহব।
ঘ / অতি কমেও ৮০% copyscape pass হব লাগিব।
ঙ/ মানদন্ড সম্পন্ন ইংৰাজী আৰু হিন্দী ভাষাৰ লেখনী সমূহ ৰাষ্টীয় বা অন্তৰাষ্টীয় পেপাৰ বা আলোচনীত প্রকাশৰ দিহা কৰা হব।
চ/ এজন প্ৰতিযোগীয়ে তিনিও টা ভাষাত অংশ লব পাৰিব ৷
ছ / অসমৰ চাহৰ আদিৰ পৰা অন্তলৈ যিকোনো বিষয়ৰ ওপৰত ৰচনা লিখিব পাৰিব।
** ভোটসমূহ ভিডিও আপলোড হোৱাৰ পৰা আৰম্ভ কৰি গণনা কৰা সময়লৈকে পোৱা লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত গণনা কৰা হ’ব ।
** ৰচনা সমূহ তলত দিয়া ধৰণেৰে মূল্যাংকন কৰা হ’ব:
১টা লাইক = ১০ টা ভোট
১টা কমেণ্ট= ৫ টা ভোট
** কেৱল মূল পোষ্টত কৰা লাইক আৰু কমেণ্ট সমূহ হিচাপত ধৰা হ’ব।
বি: দ্ৰ::
=====
১/ কোনো প্ৰতিযোগীয়ে নিজৰ ৰচনাত মন্তব্য কৰিব নোৱাৰিব ৷
৩/ এজনে এবাৰহে মন্তব্য দিব পাৰিব ৷ কোনোবাই বেছি দিলেও সেয়া গণনাত ধৰা নহব ৷ তাৰ পিছতো যদি মন্তব্য দিয়ে থাকে তেতিয়া হলে তেওঁৰ কমেন্ট শিতানটো বন্ধ কৰি দিয়া হব ৷
৪/ কোনো পোষ্টত বিতৰ্কিত মন্তব্য হলে নতুবা প্ৰতিযোগিতাৰ নীতি নিয়ম উলংঘা কৰা দৃষ্টি গোচৰ হলে প্ৰতিযোগিতাৰ পৰা আতৰোৱা হব ৷
** এইক্ষেত্ৰত আয়োজক আৰু পৰিচালনা সমিতিৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি গন্য কৰা হব।
** প্ৰতিযোগিতাত যোগদানৰ শেষ তাৰিখ
০৭/০৭/২০২০
** ফলাফল ১১/০৭/২০২০ইং তাৰিখে এই গোট আৰু বৰপেটা এক্সপ্ৰেছত প্ৰকাশ কৰা হ’ব ।
** চুড়ান্ত বিজয়ী সকলক উপযুক্ত পুৰস্কাৰৰ লগতে মানপত্ৰ প্ৰদান কৰা হব ৷
** এই গোটত প্ৰতিযোগীয়ে নিজৰ ৰচনা সমূহ এই গোটত পোস্ট কৰিব লাগিব লগতে নিজৰ নাম ঠিকনা আৰু মোবাইল নম্বৰ সহ SHAHRIA TEA ৰ whatsapp ত পঠাব লাগিব – +৯১-৯১০১৬১২৮২৭
অসমৰ চাহ ভালপোৱা সকলে এই প্ৰতিযোগিতাত অংশগ্রহণ কৰিব বুলি আমি আশাবাদী ৷ লগতে প্ৰতিযোগী সকলক নীতি নিয়ম সমূহ যোগদানৰ পূৰ্বে ভালকৈ চাই লবলৈ অনুৰোধ কৰা হ’ল ৷