East Bengal Rooted Miya Muslim Politics In Assam Post Independent Period

Guwahati,Shazida Khatun: Assam is one of the most beautiful states of our country with blue hills, green valleys and the majestic river Brahmaputra. It stands virtually unrivaled in respect of the variety of her natural resources and the diversity of the population. 1.Who are Miya Muslim:- Muslims of Assam,especially Bengali Muslims have been largely engaged in the agriculture growth of Assam from the very beginning and are still contributing to the largest quantity of agriculture products such as rice,wheat and tea. Muslim settlement in Assam can be traced as far back as 1206 A.D when the Turks were defeated in […]

অসমত মিঞা শব্দৰ উৎপত্বি আৰু বিকাশ

গুৱাহাটী, মাইন উদ্দিন : অসমৰ চৰ-চাপৰিত বসবাস কৰা মুছমান মানুহক বহুতে বহুত নামেৰে নামাকৰণ কৰা দেখা যায় যেনে মিঞা, ভাটিয়া, পমুৱা, শ্বেখ, অভিবাসী মুছলমান , পূৰ্ব-বঙ্গীয় মুছলমান আদি৷ যদিও ‘মিঞা’ শব্দটো বেছি চৰ্চিত হোৱা দেখা যায়৷ মোৰ “তথাকথিত মিঞা আৰু কিছু অপ্রিয় চিন্তা” নামৰ প্রবন্ধত বহল ভাবে ব্যাখ্যা কৰিছিলো । প্ৰকৃততে মিঞা হৈছে এটা পাৰ্চী মূলীয় সম্ভোদন সূচক শব্দ যাৰ অসমীয়া প্রতি শব্দ হয় – সন্মানীয়, ডাঙৰীয়া, মহাশয় আদি। অসমৰ বাহিৰত এই শব্দটো প্রকৃত অর্থতেই ব্যৱহাৰ কৰা হয় যদিও অসমত কিন্তু এটা নির্দিষ্ট ভাষা-বাসী জনগোষ্ঠীৰ মানুহক ঠাট্টা বা উপলুঙা বা নীচ বুলি দেখুৱাবৰ বাবেই ব্যৱহাৰ কৰা হয়। এইখিনিতে আন এটা […]