15 Commandments of Miya Mythology

EVM ত বুটাম টিপাৰ আগতেই, বেলেগে নকৰিলেও মই কিন্তু তলত দিয়াবোৰ মুখস্ত কৰিম : (15 Commandments of Miya Mythology)

১. প্ৰবজনকাৰী (immigrant)
২ .অভিবাসী মুছলমান
৩. সন্দেহজনক নাগৰিক
৪. বাংলাদেশী মিঞা
৫. বাংলাদেশী মূলৰ গেদা
৬. মিঞা গোলাম
৭. অবৈধ প্ৰবজনকাৰী,
৮. বাংলাদেশী মুছলমান
৯. পমুৱা মুছলমান
১০. জিন্নাৰ বংশধৰ
১১. আগকটা মিঞা
১২. কাঠমোল্লা মিঞা
১৩. নেলী, নাগবান্ধা, চাউলখোৱা, মুকালমুৱা, বাঁশবাড়ী, লক্ষীপুৰ, আমতেঙ্গা, নাৰায়ণগুড়ি , বালাপাড়া
১৪. বিমলা চালিহা, কুইট আসাম, আনোৱাৰা তাইমুৰ, কাটাতাঁৰৰ চিহ্ন
১৫. থ্রী ডি ( ডি ভোটাৰ , ডিটেনচন কেম্প, ডাউটফুল চিটিজেন)

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.