লোকসভা নির্বাচন আৰু চিধা তিনি চৰ্ত

আজি লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হৈছে , সেয়ে মোৰো গাত অকণমান হলেও ফাগুনৰ বলিয়া বাঁ লাগিছে। মোৰ হলে বিশেষ তিনটা চৰ্তত বিজেপিকো ভোট দিয়াত আপত্তি নাই :

১. শিক্ষা-দীক্ষা আৰু চাকৰিত অন্নুনত জনগোষ্ঠীক বিশেষ ৰেহাইৰ যোগেদি সমানুপাতিক ভাৰসাম্য কৰাৰ লিখিত প্রতিশ্রুতি।
২. ভাৰতীয় সকলক সন্দেহযুক্ত বিদেশীৰ লেবেল লগোৱা বন্ধ কৰা আৰু ডিটেনছন কেম্প বন্ধ কৰি চিহ্নিত বাংলাদেশী সকলক সেই দেশৰ চৰকাৰক গতাই দিয়াৰ লিখিত প্রতিশ্রুতি।
৩. বানপানী আৰু নিবনুৱা সমস্যাৰ বিজ্ঞান ভিত্তিক নির্দিষ্ট সময়ৰ ভিতৰত সমাধানৰ লিখিত প্রতিশ্রুতি।

এই তিনিটা চৰ্ত মানি নললে নৰেন্দ্ৰ মোদী বা ৰাহুল গান্ধী বা বদৰউদ্দিন আজমল নিজে নির্বাচন খেলিলেও মই (আমি ) তেখেত সকলৰ এজনকো ভোট নিদিওঁ।

#Loksabha_election

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.